Premore Boroxa
Similar songs
Lajuki Hahi (Silmil 2025)
Dipankar Deogharia04:18
Tumiyeitu Mur
Papori Gogoi,Joy Nirvan03:40
Mebol Lenam Appun
Beauti Doley Pegu05:18
Mohiniban
Nikitaa Nisha,Ratul Reehit03:27
03:00
Xuror Gunjon
Nilutpal Kashyap,Barsha Borah,Arshad M Rahman03:33
Roi Roi Matim
Subasana Dutta,Ratul Reehit01:02
Mini Nai Megan
Zubeen Garg04:47
Nodikhoni
Simanta Shekhar,Subasana Dutta04:28
Ramchandra
Abhijit Chutia,Pranjal Pratyush Gogoi04:29
Similar Songs
Lajuki Hahi (Silmil 2025)
Dipankar Deogharia
Tumiyeitu Mur
Papori Gogoi,Joy Nirvan
Mebol Lenam Appun
Beauti Doley Pegu
Mohiniban
Nikitaa Nisha,Ratul Reehit
Bimuhini
Nilakshi Neog,Uddipan Sharma,Paplu Chetia
Xuror Gunjon
Nilutpal Kashyap,Barsha Borah,Arshad M Rahman
Roi Roi Matim
Subasana Dutta,Ratul Reehit
Mini Nai Megan
Zubeen Garg
Nodikhoni
Simanta Shekhar,Subasana Dutta
Ramchandra
Abhijit Chutia,Pranjal Pratyush Gogoi
About song
Album: Boroxa Vol - i
Genre :Romantic
57 Plays
Music: SKKAI
Tune: MON AKASH , MOUSUM KAKOTY
Lyricist: MON AKASH , GYAN DEEP
Composition: MON AKASH
Copyright © Mon Akash Musical
Lyrics
প্ৰেমৰ বৰষা
কিয় মনে মনে বাৰে বাৰে
ঘনে
মাথো তোমাকেই বিচাৰে
সপোনটো তুমি দিঠকটো তুমি
ধাৰাসাৰে মৰম বাঢ়ে
কিয় মনে মনে বাৰে বাৰে ঘনে
জানো তোমাকেই বিচাৰে
সপোনটো তুমি দিঠকটো তুমি
ধাৰাসাৰে মৰম বাঢ়ে
চিৰদিন তোমাতেই মোৰ
সপিলো সপোনবোৰ
কাষৰতে থাকিবা দেই ওৰেটো জীৱন
বাৰিষাৰে বৰষা হৈ
হিয়ালে নামিবা মোৰ
মৰমেৰে উপচাবা হিয়াৰে দাপোন
টোপাল টোপাল মৰমেৰে তিয়ালা আহি
"প্ৰেমৰে বৰষা হৈ বুকুতে ল'লা থিতাপি"
মোৰ সেমেকা মনতে ঢালিলাহি কোমল ৰ'দালি
"প্ৰেমৰে বৰষা হৈ বুকুতে ল'লা থিতাপি"
Music
শুনিচানে মোৰ হিয়াই কোৱা কথাবোৰ তুমি
বুজিচানে মোৰ অভিমানী মৰমবোৰ তুমি
ঋতু বাগৰে, দিন বাগৰে, বাগৰে ৰাতি
তথাপিতো মোৰ হৃদয়তে মাথোঁ তোমাৰেই ছবি
নীলা নীলা আকাশতে শুকুলাকৈ ডাৱৰে
এসাগৰ অভিমান লৈ
লুকা ভাকু খেলে
অবুজন মোৰ হেঁপাহেও তোমাৰেই কথাকেই ভাবি
হিয়াৰ দলিচাতে হেজাৰ সপোন ৰচে
টোপাল টোপাল মৰমেৰে তিয়ালা আহি
"প্ৰেমৰে বৰষা হৈ বুকুতে ল'লা থিতাপি" x2
Music
শুনিছানে অ'মোৰ সপোন কুঁৱৰী
তুমি নহ'লে উকা উকা মোৰ মনৰ কোঠালী
বৰষুণৰ টোপালটো সোণ তোমাৰেই ছবি
প্ৰেমৰে বানতে উপচি উঠিছে মোৰ বুকুখনি
তুমিয়েই মোৰ বৰষা
তোমাকেই লৈ বহু আশা
নক'লেও বুজি পাবানে প্ৰেমৰে ভাষা
সেমেকা বাৰিষাৰে ৰাতিত প্ৰেমৰে ফাকু সানি
বুকুতে মোৰ জিৰাবলৈ আহিবা জানো তুমি
টোপাল টোপাল মৰমেৰে তিয়ালা আহি
"প্ৰেমৰ বৰষা হৈ বুকুতে ল'লা থিতাপি"
মোৰ সেমেকা মনতে ঢালিলাহি কোমল ৰ'দালি
"প্ৰেমৰ বৰষা হৈ বুকুতে ল'লা থিতাপি"